মাধৱনে ভূপাল গেছ ট্ৰেজেডীৰ ওপৰত আধাৰিত ৱাইআৰএফ(YRF)ৰ প্ৰথম ৱেব চিৰিজত অভিনয় কৰিব

Pc Bollywood life

মাধৱনে ভূপাল গেছ ট্ৰেজেডীৰ ওপৰত আধাৰিত ৱাইআৰএফ(YRF)ৰ প্ৰথম ৱেব চিৰিজত অভিনয় কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-   অভিনেতা আৰ মাধৱনে ১৯৮৪ চনৰ ভূপাল গেছ ট্ৰেজেডীৰ ওপৰত আধাৰিত ৱাইআৰএফ(YRF) এণ্টাৰটেইনমেণ্টৰ প্ৰথম ৱেব চিৰিজ ‘দ্য ৰেলৱে মেন’ত অভিনয় কৰিব। ৱাইআৰএফে(YRF) ৩৭ বছৰ আগতে ভূপালত সংকটৰ সময়ত হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰা নায়কসকলক অভিবাদন জনোৱাৰ বাবে একেদিনাই প্ৰকল্পটো ঘোষণা কৰিছিল। চিৰিজখনত কে কে মেনন, দিভায়েন্দু আৰু বাবিল খানও থাকিব।