মাজাৰ-ই-শ্বৰীফৰ ওচৰে-পাজৰে থকা ভাৰতীয়সকলে বিশেষ বিমানেৰে আফগানিস্তান এৰি যাবলৈ আহ্বান জনায়

pc The Indian Express

মাজাৰ-ই-শ্বৰীফৰ ওচৰে-পাজৰে থকা ভাৰতীয়সকলে বিশেষ বিমানেৰে আফগানিস্তান এৰি যাবলৈ আহ্বান জনায়

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতে মাজাৰ-ই-শ্বৰীফ আৰু ইয়াৰ আশে-পাশে থকা ভাৰতীয় নাগৰিকসকলক মাজাৰ-ই-শ্বৰীফৰ পৰা নিৰ্ধাৰিত এক বিশেষ বিমানত ভাৰতলৈ ৰাওনা হ’বলৈ আহ্বান জনাইছে। “বিশেষ বিমানেৰে যাবলৈ আকাংক্ষা কৰা ভাৰতীয় নাগৰিকসকলে লগে লগে তেওঁলোকৰ সম্পূৰ্ণ নাম, পাছপোৰ্ট নম্বৰ, ম্যাদ উকলি যোৱাৰ তাৰিখ জনাব লাগে হোৱাটছ এপৰ জৰিয়তে,” ইয়াত উল্লেখ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহাৰ কৰাৰ পিছত তালিবান আৰু আফগান বাহিনীৰ মাজত বাঢ়ি অহা সংঘৰ্ষৰ মাজত এইটো প্ৰকাশ পাইছে।

(UD.)