মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী একনাথ সিন্দে

Pc Free Press Journal

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী একনাথ সিন্দে

ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব  একনাথ চিন্দে ।মুম্বাইত এখন সংবাদমেলৰ জড়িতে বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে এই কথা ঘোষণা কৰে। আজি সন্ধিয়া ৭.৩০ বজাত ৰাজ ভৱনত শিন্দে শপত গ্ৰহণ কৰিব।”আজি শপত গ্ৰহণ অনুষ্ঠানৰ পিছত, আমি কেবিনেট সম্প্ৰসাৰণ কৰিম আৰু শিৱসেনা আৰু বিজেপি নেতাসকলে শপত গ্ৰহণ কৰিব। মই নতুন কেবিনেটৰ অংশ নহওঁ,” তেওঁ লগতে কয়।