‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী প্ৰবীণ কুমাৰৰ ৭৪ বছৰ বয়সত মৃত্যু

pc. Zee news

‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী প্ৰবীণ কুমাৰৰ ৭৪ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰাক্তন ভাৰতীয় খেলুৱৈ তথা অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ দিল্লীত হৃদৰোগত আক্ৰান্ত হৈ ৭৪ বছৰ বয়সত মৃত্যু হয়। অভিনেতা হোৱাৰ আগতে hammer and discus throw এথলীট হৈ থকা প্ৰবীণে এছিয়ান গেমছত দুটা সোণৰ পদক জিকিছিল আৰু ১৯৬৮ আৰু ১৯৭২ চনৰ অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।