মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ খালী পদৰ তথ্য বিচাৰি উচ্চ শিক্ষা সঞ্চাকালকালয়ৰ পত্ৰ প্ৰেৰণ

pc-Way2Barak

 মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ খালী পদৰ তথ্য বিচাৰি উচ্চ শিক্ষা সঞ্চাকালকালয়ৰ পত্ৰ প্ৰেৰণ

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্য চৰকাৰে বিভন্ন পদত ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক নিযুক্তি দিব বুলি ঘোষণা কৰাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। সৰ্বাধিক ২৮,১৬২ টা খালী পদ আছে শিক্ষা বিভাগত। অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেটত এই তথ্য উল্লেখ কৰিছে।উচ্চ শিক্ষা সঞ্চালকালয়ৰ তৰপৰ পৰা ৰাজ্যৰ গোটেই কেইখন বিশ্ববিদ্যালয় পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ ১ জানুৱাৰী ২০১৬ চনৰ পৰা ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈ কিমান শিক্ষক আৰু কৰ্মচাৰীৰ অৱসৰ  গ্ৰহণ কৰিছে তাৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

(R.T)