মহানগৰৰ বেলতলাত বৃদ্ধ দম্পতীক শোৱাপাটীতে চোকা অস্ত্ৰৰে নৃশংস হত্যা দুৰ্বৃত্তৰ

মহানগৰৰ বেলতলাত বৃদ্ধ দম্পতীক শোৱাপাটীতে চোকা অস্ত্ৰৰে নৃশংস হত্যা দুৰ্বৃত্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰৰ বেলতলাত নৃশংস হত্যাকাণ্ড।ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা।বৃদ্ধ দম্পতীক শোৱাপাটীতে চোকা অস্ত্ৰৰে নৃশংস হত্যা দুৰ্বৃত্তৰ।দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)।তেওঁলোকৰ সন্তান বেংগালুৰু আৰু লণ্ডনত কৰ্মৰত বুলি জানিব পৰা গৈছে।ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে৷ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।