মন- মিতু ভুঞা

বতাহ হৈ উৰু উৰু কৰে মন
নৈ হয় বৈ যাওঁ যাওঁ কৰে মোৰ এই মন
গছ হৈ মেলানি মাঙে ৰঙীন ৰহণ
পোহৰ হৈ বিয়পিব খোজে সূযৰ কিৰণ।
জীৱন জানো এনেকোব়া
যেনেকুৱা বিচাৰিছে মোৰ এই মনতো
ভাল পাওঁ নিজক
ভাল লাগে নিজৰ মনক
যি মোক জিয়াই থকাৰ
অৰিহনা জগাই এটো জীবন
..
.. মিতু ভুঞা

ৰঙিয়া