মই বলীউডত ২৫ বছৰ অতিবাহিত কৰিছো আৰু মই এতিয়াও চাকৰি বিচাৰি আছোঁ: আৰ্শাদ ৱাৰ্চি

Pc Menace.in

মই বলীউডত ২৫ বছৰ অতিবাহিত কৰিছো আৰু মই এতিয়াও চাকৰি বিচাৰি আছোঁ: আৰ্শাদ ৱাৰ্চি

ৰঙিলী বাৰ্ত্তাসেৱা-  বলীউডত ২৫ বছৰ সম্পূৰ্ণ কৰা অভিনেতা আৰ্শাদ ৱাৰ্চিয়ে কয়, “মই উদ্যোগটোত ২৫ বছৰ সম্পূৰ্ণ কৰিছো, আৰু মই এতিয়াও চাকৰি বিচাৰি আছোঁ কাৰণ উদ্যোগটো এনেকুৱাই।” ১৯৯৬ চনৰ ৬ ডিচেম্বৰত মুক্তি পোৱা ‘তেৰে মেৰে চাপনে’ৰ জৰিয়তে তেওঁ অভিনয়ৰ আৰম্ভণি কৰে। অভিনেতাজনে লগতে কয়, “পাৰ হৈ যোৱা প্ৰতিটো দিনৰ বাবে মই কৃতজ্ঞ অনুভৱ কৰোঁ।”