মই ওৱাইচিক চৰকাৰৰ দ্বাৰা আগবঢ়োৱা ‘জেড’ শ্ৰেণীৰ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো: অমিত শ্বাহ

pc.- Free press Journal

মই ওৱাইচিক চৰকাৰৰ দ্বাৰা আগবঢ়োৱা ‘জেড’ শ্ৰেণীৰ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো: অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশত এআইএমআইএম(AIMIM)ৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত সংসদত বক্তব্য ৰাখি হায়দৰাবাদৰ সাংসদক কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘জেড’ শ্ৰেণীৰ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ আগতে, ওৱাইচিয়ে প্ৰস্তাৱটো নাকচ কৰিছিল আৰু কেন্দ্ৰক তেওঁক “এ শ্ৰেণীৰ নাগৰিক, সকলোৰে সমতুল্য” কৰিবলৈ কৈছিল।