মই অষ্ট্ৰেলিয়াত লোৱা সিদ্ধান্তৰ কৃতিত্ব আন কোনোবাই লৈছিল: আজিংক্য ৰাহানে

pc hindustan times

মই অষ্ট্ৰেলিয়াত লোৱা সিদ্ধান্তৰ কৃতিত্ব আন কোনোবাই লৈছিল: আজিংক্য ৰাহানে

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২০-২১ বৰ্ষত অষ্ট্ৰেলিয়াত ভাৰতৰ ২-১ টেষ্ট শৃংখলা বিজয়ৰ বিষয়ে কথা পাতি চাৰিখন টেষ্টৰ তিনিখনত ভাৰতক নেতৃত্ব দিয়া আজিংক্য ৰাহানে কয়, “মই জানো মই তাত কি কৰিছিলো। মই কাকো এইকথা কোৱাৰ প্ৰয়োজন নাই।” তেওঁ লগতে কয়, “তেওঁ লোৱা কিছুমান সিদ্ধান্তৰ কৃতিত্ব আন কোনোবাই লৈছি।