ভাৰত, ৰাছিয়া ভাল বন্ধু আৰু নিষ্ঠাৱান অংশীদাৰ: ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী

ভাৰত, ৰাছিয়া ভাল বন্ধু আৰু নিষ্ঠাৱান অংশীদাৰ: ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা– দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ পিছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে কয়, “ভাৰতীয় বৈদেশিক নীতিসমূহ স্বাধীনতা আৰু প্ৰকৃত ৰাষ্ট্ৰীয় বৈধ স্বাৰ্থৰ ওপৰত মনোযোগৰ দ্বাৰা চিহ্নিত।” তেওঁ কয় যে ৰাছিয়ান ফেডাৰেশ্যনে একেই নীতি অনুসৰণ কৰে আৰু লগতে কয়, “ই আমাক (ভাৰত আৰু ৰাছিয়া) ডাঙৰ দেশ, ভাল বন্ধু আৰু নিষ্ঠাৱান অংশীদাৰ হিচাপে গঢ়ি তোলে।”