ভাৰতৰ বাবে ২ টা বিডব্লিউএফ ৱৰ্ল্ড বিশ্ব চেম্পিয়নশ্বিপত পদক নিশ্চিত

Pc InsideSpot

ভাৰতৰ বাবে ২ টা বিডব্লিউএফ ৱৰ্ল্ড বিশ্ব চেম্পিয়নশ্বিপত পদক নিশ্চিত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ দিনেশ খান্নাই স্পেইনৰ হুৱেলভাত অনুষ্ঠিত বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ২০২১ত ভাৰতৰ হৈ দুটা পদক নিশ্চিত কৰাৰ বাবে শ্বাটলাৰ কিদাম্বি শ্ৰীকান্ত আৰু লক্ষ্য সেনক প্ৰশংসা কৰিছে। “এটা ৰূপ আৰু এটা ব্ৰঞ্জ। মই ক’ম যে শ্ৰীকান্ত আৰু লক্ষ্যৰ বাবে ৰূপকো সোণলৈ ৰূপান্তৰ কৰিব পাৰি,” তেওঁ লগতে কয়। তেওঁলোক দুয়ো ফাইনেলত স্থান ৰখাৰ বাবে ইজনে সিজনৰ মুখামুখি হ’ব।