ভাৰতৰ অষ্ট্ৰেলিয়াৰ সৈতে এক অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি স্বাক্ষৰ

ভাৰতৰ অষ্ট্ৰেলিয়াৰ সৈতে এক অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে এক অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ পিছত, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে ইয়াক ভাৰতৰ বাবে এক “ঐতিহাসিক দিন” বুলি উল্লেখ কৰে। “এক দশকৰ পিছত এখন উন্নত দেশৰ সৈতে এইটো প্ৰথম চুক্তি,” গোৱেলে কয়। এই চুক্তিয়ে পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ২৭.৫ বিলিয়ন ডলাৰৰ পৰা ৪৫-৫০ বিলিয়ন ডলাৰলৈ লৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে কয়।