ভাৰতে ২১ বছৰৰ পিছত  মিছ ইউনিভাৰ্ছ মুকুট জিকিছে

PC Times of india

ভাৰতে ২১ বছৰৰ পিছত  মিছ ইউনিভাৰ্ছ মুকুট জিকিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  চণ্ডিগড়ৰ ২১ বছৰীয়া হৰনাজ সান্ধুক ইজৰাইলত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাৰ ৭০ তম সংস্কৰণৰ বিজয়ী হিচাপে মনোনীত কৰাৰ পিছত  ভাৰতে ২১ বছৰৰ পিছত মিছ ইউনিভাৰ্ছৰ মুকুট জিকিছিল। পাৰাগুৱেৰ নাদিয়া ফেৰেৰাক প্ৰথম ৰানাৰ-আপ আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মছৱানে দ্বিতীয় ৰানাৰ-আপ হিচাপে মনোনীত হয়। লাৰা দত্তই শেষবাৰৰ বাবে ২০০০ চনত ভাৰতৰ হৈ মিছ ইউনিভাৰ্ছ খিতাপ জিকিছিল।