ভাৰতে ২০২২ চনৰ প্ৰথম তিনিমাহত এছএছএলভি উৎক্ষেপণ কৰিব: ড০ জিতেন্দ্ৰ সিং

pc mint

ভাৰতে ২০২২ চনৰ প্ৰথম তিনিমাহত এছএছএলভি উৎক্ষেপণ কৰিব: ড০ জিতেন্দ্ৰ সিং

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে কেন্দ্ৰীয় এমঅ’এছ (আই/চি) ড০ জীতেন্দ্ৰ সিঙে ৰাজ্যসভাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত কয় যে ভাৰতে এখন সৰু উপগ্ৰহ উৎক্ষেপণ বাহন (এছএছএলভি) বিকশিত কৰি আছে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণেৰে ইছৰোৰ দ্বাৰা এছএছএলভি বিকশিত কৰা হৈছে আৰু ভাৰতক বিশ্বব্যাপী উৎক্ষেপণ সেৱা বজাৰত প্ৰৱেশ কৰাত সহায় কৰাৰ লক্ষ্যৰে ২০২২ চনৰ প্ৰথম তিনিমাহত উৎক্ষেপণ কৰা হ’ব।