ভাৰতে কোভিড-১৯ ভেকচিন Covovax, Corbevax আৰু মাৰ্কৰ এণ্টিভাইৰেল পিলৰ জৰুৰী কালীন ব্যৱহাৰৰ অনুমোদন জনাইছে

PC. The Hindu

ভাৰতে কোভিড-১৯ ভেকচিন Covovax, Corbevax আৰু মাৰ্কৰ এণ্টিভাইৰেল পিলৰ জৰুৰী কালীন ব্যৱহাৰৰ অনুমোদন জনাইছে

ৰঙিলী বাৰ্ত্তাসেৱা-  চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) ভাৰতীয় চিৰাম ইনষ্টিটিউট আৰু বায়োলজিকেল ৰ কোভিড-১৯ ভেকছিন Covovax আৰু Corbevaxক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে। চৰকাৰে কৈছিল যে Corbevax হৈছে ভাৰতৰ প্ৰথম স্বদেশীভাৱে বিকশিত আৰবিডি প্ৰ’টিন উপ-একক কোভিড-১৯ ভেকছিন। মাৰ্কৰ কোভিড-১৯ এণ্টিভাইৰেল ঔষধ মলনুপিৰাভিৰকো অনুমোদন দিয়া হৈছে আৰু ভাৰতৰ ১৩ টা কোম্পানীয়ে ইয়াক প্ৰস্তুত কৰিব।