ভাৰতে আমেৰিকাৰ পৰা লাভ কৰিছে বিশ্বৰ আটাইতকৈ উন্নত সামুদ্ৰিক হেলিকপ্টাৰ

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় নৌসেনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘চান ডিয়েগো’ৰ ‘নেভেল এয়াৰ ষ্টেচন নৰ্থ আইলেণ্ড’ত এক অনুষ্ঠানৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ পৰা ‘এম.এইচ.-৬০আৰ. চিহক’ নামৰ প্ৰথম দুখন হেলিক’প্তাৰ আহৰণ কৰে। ‘এম.এইচ.-৬০আৰ. চিহক’ হৈছে বিশ্বৰ আটাইতকৈ উন্নত সামুদ্ৰিক হেলিক’প্টাৰ। ভাৰতে লাভ কৰিব ‘লকহিড মাৰ্টিন’ৰ দ্বাৰা নিৰ্মিত  ইয়াৰে মুঠ ২৪ খন হেলিকপ্টাৰ। এই সমগ্ৰ অৰ্ডাৰৰ আনুমানিক ব্যয় হৈছে ২.৪ বিলিয়ন ডলাৰ।

(UD.)