ভাৰতীয় পেডেলাৰ মণিকা বাত্ৰা, অৰ্চনা কামাথে ডব্লিউটিটি ষ্টাৰ কণ্টেণ্ডাৰত মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত পৰাজিত

pc NewsOnAIR

ভাৰতীয় পেডেলাৰ মণিকা বাত্ৰা, অৰ্চনা কামাথে ডব্লিউটিটি ষ্টাৰ কণ্টেণ্ডাৰত মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত পৰাজিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ মণিকা বাট্টা আৰু অৰ্চনা কামাথৰ যুটীটো কাটাৰত অনুষ্ঠিত ডব্লিউ টি টি ষ্টাৰ কণ্টেন্দাৰ ডোহা টেবুল টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত চীনা টাইপেইৰ লী ইউ ঝুন আৰু ছেং আই চিঙৰ হাতত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। বিশ্বৰ ৬ নম্বৰ স্থানৰ ভাৰতীয় যুটীটো চীনা টাইপেইৰ যুটীটোৰ হাতত ০-৩ ফলাফলেৰে পৰাজিত হয়।