ভাৰতবৰ্ষই এদিনত ১ কোটিতকৈও অধিক কোভিড ভেকছিন প্ৰদান কৰে

pc The Indian Times

ভাৰতবৰ্ষই এদিনত ১ কোটিতকৈও অধিক কোভিড ভেকছিন প্ৰদান কৰে

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতবৰ্ষই এদিনত প্ৰদান কৰে  ১ কোটিতকৈও অধিক কোভিড-১৯ ভেকছিন। ইয়াৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনে ভাৰতক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ ফলত ইয়াৰ মুঠ পালিৰ পৰিমাণ  হয়গৈ ৬২ কোটি। “ভাৰতে ৫০% প্ৰাপ্তবয়স্ক লোকক কমেও এটা পালি ভেকছিন প্ৰদান কৰিবলৈ সক্ষম হৈছে। লগতে ৰাজহুৱা স্বাস্থ্য আৰু ব্যক্তিগত প্ৰতিৰোধমূলক ব্যৱস্থাই সকলোকে সুৰক্ষিত কৰিব বুলি স্বামীনাথনে এটা টুইটযোগে প্ৰকাশ কৰে।

(UD.)