ভাৰতত ৭১,৩৬৫জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

p.c- smithsonian magazine

ভাৰতত ৭১,৩৬৫জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ঘণ্টাত ৭১,৩৬৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু দেশখত নতুনকৈ ১,২১৭ জন লোকৰ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হৈছে। নতুনকৈমৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ৫৯১ জন। দৈনিক পজিটিভৰ হাৰ ৫.০২% ৰ পৰা ৪.৫৪% লৈ হ্ৰাস পাইছে।আনহাতে ভাৰতত বৰ্তমান ৮,৯২,৮২৮ টা সক্ৰিয় ঘটনা আছে।