ভাৰতত ৬ হেজাৰ লোক কৰ’নাত আক্ৰান্ত

Pc The Scientist Magazine

ভাৰতত ৬ হেজাৰ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৬,৫৩১ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ভাৰতত ৭,১৪১ জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশখনত নতুনকৈ ৩১৫ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত  মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৯,৯৯৭ লৈ বৃদ্ধি পাইছে। দেশত বৰ্তমান ৭৫,৮৪১ টা সক্ৰিয় ঘটনা আছে।