ভাৰতত ৬ হেজাৰৰো অধিক লোক কৰ’নাত সংক্ৰমিত

Pc CGTN

ভাৰতত ৬ হেজাৰৰো অধিক লোক কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৬,৯৮৪ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত ২৪৭ জন লোকৰ নতুনকৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৬,১৩৫ লৈ বৃদ্ধি পাইছে। ভাৰতত বৰ্তমান ৮৭,৫৬২ টা সক্ৰিয় ঘটনা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ০.৫৯%।