ভাৰতত ৬ ফেব্ৰুৱাৰীৰ ভিতৰত বৰ্তমানৰ অমিক্ৰণ কোভিড-১৯ ঢৌ শীৰ্ষত উপনীত হ’ব: আইআইটি মাদ্ৰাজ 

p.c. Hindustan timess

ভাৰতত ৬ ফেব্ৰুৱাৰীৰ ভিতৰত বৰ্তমানৰ অমিক্ৰণ কোভিড-১৯ ঢৌ শীৰ্ষত উপনীত হ’ব: আইআইটি মাদ্ৰাজ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আইআইটি) মাদ্ৰাজে চলোৱা এক অধ্যয়নত কোৱা হৈছে যে ভাৰতত কোভিড-১৯ৰ অমিক্ৰন ঢৌ অহা ১৪ দিনৰ ভিতৰত ভিতৰত শীৰ্ষত উপনীত হোৱাৰ সম্ভাৱনা আছে। অধ্যয়নটো ভাৰতৰ আৰ-মূল্যৰ বিশ্লেষণৰ ওপৰত আধাৰিত আছিল। লক্ষণীয়ভাৱে, অধ্যয়নটোত এইটোও কোৱা হৈছিল যে ঢৌটো ইতিমধ্যে কলকাতা আৰু মুম্বাইত শীৰ্ষত উপনীত হৈছে।