ভাৰতত ৫৮ হাজাৰ লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

pc the indian express

ভাৰতত ৫৮ হাজাৰ লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত ৫৮,০৭৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৬৫৭ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,০৭,১৭৭ জনলৈ বৃদ্ধি পাইছে। দৈনিক পজিটিভৰ হাৰ ৪.৪৪% ৰ পৰা ৩.৮৯% লৈ হ্ৰাস পাইছে। আনহাতে ভাৰতত বৰ্তমান ৬,৯৭,৮০২ টা সক্ৰিয় ঘটনা আছে।