ভাৰতত ৫৪১জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু 

pc mayo clinic

ভাৰতত ৫৪১জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০,৭৪৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আৰু দেশখনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ ৫৪১ জনলোকৰ মৃত্যু হৈছে। ভাৰতত দৈনিক পজিটিভৰ হাৰ ২.৪৫% ৰ পৰা ২.৬১% লৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ৩,৩২,৯১৮ টা সক্ৰিয় ঘটনা আছে।