ভাৰতত ৪,৫৭৫ জন লোক কৰ’নাত আক্ৰান্ত

P.c. Nature

ভাৰতত ৪,৫৭৫ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪,৫৭৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪৫ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱ লোকৰ সকলৰ ভিতৰত ১০০ জন লোক কেৰালাৰ আছিল।