ভাৰতত ৩৭,৩৭৯ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

Pc- The Lancet

ভাৰতত ৩৭,৩৭৯ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৭,৩৭৯ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ১২৪ জন লোকৰ নতুনকৈ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮২,০১৭ জনলৈ বৃদ্ধি হয়। ভাৰতত বৰ্তমান ১,৭১,৮৩০ টা সক্ৰিয় ঘটনা আছে। আনহাতে ভাৰতত দৈনিক পজিটিভৰ হাৰ ৩,২৪%।