ভাৰতত ৩৬০ জন লোক কৰ’নাত আক্ৰান্ত

Pc Geekwire

ভাৰতত ৩৬০ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৬০ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৫ জন লোকৰ মৃত্যু হৈছে ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,৩০,৫৯৬ জনলৈ বৃদ্ধি হৈছে।ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৬,০৪৬ জনলৈ হ্ৰাস পাইছে।