ভাৰতত ৩,০৬ লাক কৰ’নাত আক্ৰান্ত

p.c. Epicentre-MSF

ভাৰতত ৩,০৬ লাক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,০৬,০৬৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।৪৩৯ জনলোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ২২,৪৯,৩৩৫টা সক্ৰিয় ঘটনা আছে। ভাৰতত এতিয়ালৈ মুঠ ৩,৯৫,৪৩,৩২৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আৰু মুঠ ৪,৮৯,৮৪৮ জন লোকৰ কৰ’না সংক্ৰণৰ ফলত মৃত্যু হৈছে।