ভাৰতত ২.৮৫লাখ লোক কৰ’নাত আক্ৰান্ত

p.c. CNN

ভাৰতত ২.৮৫লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২,৮৫,৯১৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৬৬৫ জন লোকৰ মৃত্যু হৈছে। দেশখনত বৰ্তমান ২২,২৩,০১৮ টা সক্ৰিয় ঘটনা আছে। আনহাতে দেশত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯১,১২৭ জনলৈ  বৃদ্ধি হৈছে। দৈনিক পজিটিভৰ হাৰ ১৫,৫২% ৰ পৰা ১৬.১৬% লৈ বৃদ্ধি হৈছে।