ভাৰতত ২.৫৮ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

P.c- WHO World Health Organization

ভাৰতত ২.৫৮ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ২,৫৮,০৮৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । আৰু নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ ৩৮৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে দেশত বৰ্তমান ১৬,৫৬,৩৪১টা সক্ৰিয় ঘটনা আছে। যোৱা ২৪ঘণ্টাত ১,৫১,৭৪০জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে‌।