ভাৰতত ২৭,৫৫৩ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

Pc Cleveland Clinic

ভাৰতত ২৭,৫৫৩ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৭,৫৫৩ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। আৰু দেশখনত নতুনকৈ ২৮৪ জন লোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ৎাৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮১,৭৭০ জন লৈ বৃদ্ধি পাইছে। ভাৰতত বৰ্তমান সক্ৰিয়  ১,২২,৮০১ টা ঘটনা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ২.৫৫% লৈ বৃদ্ধি পাইছে।