ভাৰতত ২৫,৯২০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

PcBNO News

ভাৰতত ২৫,৯২০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২৫,৯২০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু দেশখনত নতুনকৈ ৪৯২জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।দেশখনত দৈনিক পজিটিভৰ হাৰ ২.৬১% ৰ পৰা ২.০৭% লৈ হ্ৰাস পাইছে। আনহাতে দেশখনত ২,৯২,০৯২টা সক্ৰিয় ঘটনা আছে।