ভাৰতত ২,৫৩৯ জন লোক কৰ”নাত আক্ৰান্ত

pc The indian Express

ভাৰতত ২,৫৩৯ জন লোক কৰ”নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৫৩৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। ৬০ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা৫,১৬,১৩২ জনলৈ বৃদ্ধি হৈছে। দেশখনত নতুনকৈ মৃত্যু হোৱা লোক সকলৰ ভিতৰত ৩৮ জন লোক কেৰালাৰ। আৰু সক্ৰিয় ঘটনাবোৰ ৩০,৭৯৯ লৈ হ্ৰাস পাইছে।