ভাৰতত ১.৭২ লাখ লোক কৰ’নাত আক্ৰান্ত

p.c- smithsonian magazine

ভাৰতত ১.৭২ লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,৭২,৪৩৩ জন লোক  কৰ’নাত আক্ৰান্ত হৈছে।আৰু দেশখনত নতুনকৈ ১০০৮ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৪,৯৮,৯৮৩ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ১৫,৩৩,৯৩১ টা সক্ৰিয় ঘটনা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ৯.২৬% ৰ পৰা ১০.৯৯% লৈ বৃদ্ধি হৈছে।