ভাৰতত ১.৬৮ লাখ কৰ’নাত নতুনকৈ আক্ৰান্ত

P.c- WHO World Health Organization

ভাৰতত ১.৬৮ লাখ কৰ’নাত নতুনকৈ আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৬৮,০৬৩ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। যি কালিৰ তুলনাত ৬.৪% কম। দেশখনত যোৱা ২৪ ঘণ্টাত ২৭৭ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৪,৮৪,২১৩ জনলৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৮,২১,৪৪৬ টা সক্ৰিয় ঘটনা আছে।