ভাৰতত ১.০৭ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

p.c. TheEconomicTimes

ভাৰতত ১.০৭ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ঘণ্টাত ১,০৭,৪৭৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৮৬৫ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,০১,৯৭৯ জনলৈ বৃদ্ধি হৈছে। দৈনিক পজিটিভৰ হাৰ ৭.৯৮% ৰ পৰা ৭.৪২% লৈ হ্ৰাস পাইছে।আনহাতে ভাৰতত বৰ্তমান ১২,২৫,০১১টা সক্ৰিয় ঘটন আছে।