ভাৰতত ১,০৩৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc CNN

ভাৰতত ১,০৩৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,০৩৩ জনলোক কৰ’নাত আক্ৰান্ত হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৪,৩০,৩১,৯৫৮ জনলৈ বৃদ্ধি হয়। যোৱা ২৪ঘণ্টাত ৪১জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২১,৫৩০ জনলৈ বৃদ্ধি পাইছে।আনহাতে দেশত ১১,০০০টা সক্ৰিয় ঘটনা আছে।