ভাৰতত ১০,২৭৩জন লোক কৰ’নাত আক্ৰান্ত

PcBNO News

ভাৰতত ১০,২৭৩জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,২৭৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ঘণ্টাত ২৪৩ জন লোকৰ কৰ২নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত দৈনিক পজিটিভৰ হাৰ ১.০০% হয়, আনহাতে সক্ৰিয় কেছলোড ১,১১,৪৭২ লৈ হ্ৰাস পাইছে।