ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,১৬৬ জন লোক কৰ’নাত আক্ৰান্ত

PcBNO News

ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,১৬৬ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,১৬৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৩০২ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত দৈনিক পজিটিভৰ হাৰ ১.২৮% হয়।আনহাতে সক্ৰিয় কেছলোড ১,৩৪,২৩৫ লৈ হ্ৰাস পাইছে।