ভাৰতত যোৱা ২৪ঘণ্টাত ৬৪৭ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc mayo clinic

ভাৰতত যোৱা ২৪ঘণ্টাত ৬৪৭ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৯,৯৬৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আৰু নতুনকৈ ৬৭৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৪১২ জন লোক কেৰালাৰ লোক। ভাৰতৰ সক্ৰিয় কেছলোড ২,২৪,১৮৭ আছে।