ভাৰতত বৰ্তমান ১,২৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc WHO

ভাৰতত বৰ্তমান ১,২৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,২৭০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত ৩১ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত মৃত্যু হৈছে। আনহাতে ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,০৩৫ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান ১৫,৮৫৯ টা সক্ৰিয় ঘটনা আছে। লক্ষণীয়ভাৱে, দেশত এতিয়ালৈকে ১৮৩.২৬ কোটি ভেকছিনপালি প্ৰদান কৰা হৈছে।