ভাৰতত বাস কৰা বিদেশী নাগৰিকে ক’উইনত পঞ্জীয়ন কৰি ভাৰত প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব

pc-Gov.SG

ভাৰতত বাস কৰা বিদেশী নাগৰিকে ক’উইনত পঞ্জীয়ন কৰি ভাৰত প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব

অনলাইন বাৰ্ত্তাসেৱা– কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতত বাস কৰা বিদেশী নাগৰিকসকলৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকক প্ৰতিষেধক প্ৰদানৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।বিদেশী নাগৰিকসকলে এতিয়াৰ পৰা ভাৰতত কৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব।ক’উইন প’ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা বিদেশী নাগৰিকক ভাৰতত কৰ’নাৰ প্ৰতিষেধক দিবলৈ সাজু হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়। ক’উইনত পঞ্জীয়নৰ বাবে ভাৰতত বসবাস কৰি থকা বিদেশী নাগৰিকসকলে পৰিচয়পত্ৰ হিচাপে পাচপোৰ্ট দাখিল কৰিব লাগিব।পঞ্জীয়নৰ পাছত তেওঁলোকক প্ৰতিষেধকৰ শ্লথ দিয়া হ’ব।

 

(R.T)