ভাৰতত নতুনকৈ ৯৫৯জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু 

p.c NPR

ভাৰতত নতুনকৈ ৯৫৯জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা–  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,০৯,৯১৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৯৫৯ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ৩৭৪ জনলোক। আনহাতে ভাৰতত বৰ্তমান ১৮,৩১,২৬৮ টা সক্ৰিয় ঘটনা আছে।দৈনিক পজিটিভৰ হাৰ ১৪.৫০% ৰ পৰা ১৫.৭৭% লৈ বৃদ্ধি হৈছে।