ভাৰতত নতুনকৈ ৮৩,৮৭৬ জন লোক কৰ’নাত আক্ৰান্ত

pc. CAS

ভাৰতত নতুনকৈ ৮৩,৮৭৬ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৮৩,৮৭৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ যোৱা ২৪ঘণ্টাত ৮৯৫ জন লোকৰ  কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,০২,৮৭৪জনলৈ বৃদ্ধি হৈছে।দৈনিক পজিটিভ হাৰ ৭.৪২% ৰ পৰা ৭.২৫% লৈ হ্ৰাস পাইছে।আনহাতে ভাৰতত ১১,০৮,৯৩৮ টা সক্ৰিয় ঘটনা আছে।