ভাৰতত নতুনকৈ ৬ হেজাৰ লোক কৰ’নাত সংক্ৰমিত

Pc The Scientist Magazine

ভাৰতত নতুনকৈ ৬ হেজাৰ লোক কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৬,৩১৭ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতgনকৈ ৩১৮ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। আৰু ৬,৯০৬জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আনহাতে ভাৰতত বৰ্তমান ৭৮,১৯০ টা সক্ৰিয় ঘটনা আছে। দেশখনত এতিয়ালৈকে অমাইক্ৰনত ২১৩ জন লোক আক্ৰান্ত হৈছে।