ভাৰতত নতুনকৈ ৬ হেজাৰ জনলোক কৰʼনাত সংক্ৰমিত হৈছে

pc Unsplash

ভাৰতত নতুনকৈ ৬ হেজাৰ জনলোক কৰʼনাত সংক্ৰমিত হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত ৬,৮২২ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ২২০ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা ৪,৭৩,৭৫৭ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ৯৫,০১৪টা সক্ৰিয় ঘটনা আছে। দৈনিক পজিটিভ হাৰ হৈছে ০.৬৩%।