ভাৰতত নতুনকৈ ৪৪১ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

p.c. The Conversation

ভাৰতত নতুনকৈ ৪৪১ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২,৮২,৯৭০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত ৪৪১ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা ৪,৮৭,২০২ জনলৈ বৃদ্ধি হৈছে। দৈনিক পজিটিভৰ হাৰ ১৫.১৩% লৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ১৮,৩১,০০০ টা  সক্ৰিয় ঘটনা আছে। লক্ষণীয়বাৱে, যোৱা ২৪ ঘণ্টাত ১,৮৮,১৫৭ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।