ভাৰতত নতুনকৈ ৩৩ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্তভাৰতত নতুনকৈ ৩৩ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

pc UNEP

ভাৰতত নতুনকৈ ৩৩ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৩৩,৭৫০ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ১২৩ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮১,৮৯৩ জনলৈ বৃদ্ধি হয়। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,৪৫,৫৮২টা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ৩,৮৪% লৈ বৃদ্ধি হৈছে।