ভাৰতত নতুনকৈ ১.৭৯ লাখ লোক কৰ’নাত আক্ৰান্ত 

P.c AARP

ভাৰতত নতুনকৈ ১.৭৯ লাখ লোক কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৭৯,৭২৩ জন লোক নতুনকৈ কৰ’নত সংক্ৰমিত হৈছে। নতুনকৈ দেশখনত ১৪৬ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ৭,২৩,৬১৯ টা সক্ৰিয় ঘটনা আছে। আনহাতে ভাৰতত দৈনিক পজিটিভৰ হাৰ ১৩.২৯% লৈ বৃদ্ধি হয়।